Xukh Aaru Aashroy
Surobhi Biplobar Prem Kahini
Ek Adhorua Kahini
Akashiganga Bisari
Adhorua prem pt.2
Adhorua Prem Pt.1
ৰঙা শিমলুৱে চুমি যোৱা এই চহৰ , লাজতে ৰঙা পৰা আকাশ আৰু সোণাৰোৰ হালধীয়া স্মৃতি।এয়া ফাগুনৰ বতৰ ।
ক্ষীণ পোহৰটো যাক খেদি আমি দৌৰো , যাৰ নামত উজাগৰে কটাব পাৰোঁ কুৰিটা ৰাতি , সেয়াই সপোন...
আন্ধাৰ সাৱতি সপোনত উপঙা সময় এয়া , সকলো সামৰি নিজক শুনাৰ সময় এয়া, একান্তই ব্যক্তিগত একো একোটা নিশা...
সৰু সৰু কথাবোৰ , যাক আওঁকাণ কৰি সময়বোৰ পাৰ কৰোঁ, অথচ যাক এৰি আগবাঢ়ি যোৱাতো কঠিন ।
যেতিয়াই নিভৃত কোণত বেহেলা বাজিছে , সন্ধিয়া বুকুত শেৱালী ফুলিছে , কাৰোবাৰ দুচকুত সমস্ত পৃথিৱী দেখিছে , আন একো নহয় এয়া প্ৰেমৰ অনুৰনণ ঘটিছে...
আহিন মানেই নঙলামুখৰ শুভ্ৰ চাদৰ , আহিন মানেই কুঁৱলীৰ চেঁচা স্পৰ্শ। আহিন মানেই হেপাহৰ পথাৰত সেউজীয়াৰ মেল...
নিবিড় সন্ধিয়া এটাত চোতাল শুৱাই বৈ পৰে জোনাক, দিনটোৰ সকলো বেথা পাহৰাই পোহৰাই তুলে মন । জোলোঙা ভৰাই সিঁচে আকাশৰ পৰা পোহৰৰ বৰষুণ...