
বিষয়-- চক্ৰ কৰতী
(বৰকৰতী মন্ত্ৰৰ চতুৰ্থ মন্ত্ৰ।
এই মন্ত্ৰ পাঠ কৰি পৰিয়ালৰ লোক সকলে গা ধুব মাজে সময়ে।
বিহলঙনীৰে জাৰিব পাৰিব
নিয়ম
👍শনিবাৰৰ আৰু মংগল বাৰ হব লাগে ।
👍সাত ঘাটৰ পানী আনিব আবেলি সময়ত আগ দিনা ।
👍 নদী হ'লে সাত ঠাইৰ পৰা পানী আনিব।
👍 এটা টেকেলিত সাত ঘাটিৰ পানী দি নিয়ম কৰি ভাল ঠাইত বা গোঁসাই ঘৰত ৰাখিব। 👍 পানী কটাৰ সময় আগ বেলা শনিবাৰে মংগল বাৰে ।
👍 তিনিআলি বা ঘৰৰ বাহিৰেত এখন পিৰাত বহিবলৈ দি মূৰত এখন চালনী দি পানী ঢ়ালি দিব আৰু অলপ খাব ।